September 8, 2026 5:09 am

Videos

ADRE নিযুক্তি পৰীক্ষাত নিযুক্তি দিয়াৰ চলেৰে ধন সংগ্ৰহ মজবুল হক নামৰ এগৰাকী অধ্যাপকৰ

ADRE নিযুক্তি প্ৰক্ৰিয়া নিকা হ'ব জানো? কিয়নো ADRE নিযুক্তি পৰীক্ষাত নিযুক্তি দিয়াৰ চলেৰে ধন সংগ্ৰহ মজবুল হক নামৰ এগৰাকী অধ্যাপকৰ ৷ গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক...

কেনেকৈ কন্যাৰ হাতত প্ৰাণ হেৰুৱালে মাতৃয়ে?

কেনেকৈ কন্যাৰ হাতত প্ৰাণ হেৰুৱালে মাতৃয়ে? গুৱাহাটীৰ বৰমটৰীয়াৰ ঘটনাই কঁপাই গৈছে ৰাজ্য।

ক্ৰাইম ব্ৰাঞ্চত মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সচিব মন্মথ দাস

বিজেপি নেতাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সচিব মন্মথ দাস, ৰাজহ বিভাগৰ পিয়ন প্ৰফুল্ল ডেকাক জেৰা ক্ৰাইম ব্ৰাঞ্চত...

ক্ৰমাৎ প্ৰতিৱেশী বন্ধু হেৰুৱাবলৈ ধৰিছে ভাৰতে…

ক্ৰমাৎ প্ৰতিৱেশী বন্ধু হেৰুৱাবলৈ ধৰিছে ভাৰতে৷ কিহৰ বাবে এই অৱস্থা ?

সাৱধান! ৰং চাইহে উঠিব চিটি বাছত

সাৱধান! ৰং চাইহে উঠিব চিটি বাছত । আপুনি বাৰু গুৱাহাটীৰ ৰাজপথৰ চিটিবাছৰ নিয়মীয়া যাত্ৰী নেকি? তেনেহ'লে এই ভিডিওটো বিশেষকৈ আপোনাৰ বাবে।

Popular