March 31, 2025 2:57 pm

Assam

‘‘সুন্দৰপুৰ কেঅছ’’ নামৰ নতুন চিনেমাখনৰ প্ৰচাৰৰ বাবে অভিনৱ কৌশল!

নাৰায়ণপুৰৰ শক্ৰাহী সত্ৰত প্ৰতিবাদ ৷ সত্ৰৰ ভূমি অবৈধভাৱে দখল কৰা ঘটনাৰ বিৰোধিতাৰে ৰাজপথত সমদল ৷ পিছে এয়া বাস্তৱৰ প্ৰতিবাদ নহয় এখন চিনেমাৰ বাবেহে চলিছে...

কামাখ্যা ধামত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনী

কামাখ্যা ধামত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনী ৷ পত্নী সুমনক লগত লৈ কামাখ্যা দৰ্শন ছাইনীৰ ৷ হাৰিয়ানাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে কামাখ্যা ধামত পূজা ছাইনীৰ...

চুমি-বিশালৰ কেলেংকাৰিৰ তদন্ত আনুষ্ঠানিকভাৱে CBIক প্ৰদান

চুমি-বিশালৰ কেলেংকাৰিৰ তদন্ত আনুষ্ঠানিকভাৱে CBIক প্ৰদান ৷ ৰাজ্যবাসীক স্তম্ভিত কৰা ট্ৰেডিং কেলেংকাৰিৰ ৪১টা গোচৰৰ তদন্ত অৰ্পন CBIক ৷ কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনাত প্ৰকাশ এইকথা...

ডিব্ৰুগড়ত কি কৈছিল ৰতন টাটাই ?

টাটা ফাউণ্ডেচন আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত নিৰ্মিত কেন্সাৰ হাস্পতাল মুকলি কৰি ডিব্ৰুগড়ত কি কৈছিল ৰতন টাটাই ?

এইবাৰ ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা সম্ভৱ হৈ উঠিবনে?

বুধবাৰে ষষ্ঠী ৷ কিন্তু এইবাৰ ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা সম্ভৱ হৈ উঠিবনে?

Popular