সুৰাপান কৰি ভুল চিকিৎসা, পৰিণতিত গৰ্ভৱতী মহিলাৰ মৃত্যু ৷ ঘটনাক কেন্দ্ৰ কৰি আমগুৰি সামূহিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ সুৰাপায়ী চিকিৎসকে অন্য ৰোগীৰ বেজী মহিলাগৰাকীক দিয়াৰ অভিযোগ পৰিয়ালৰ ৷ বেজী দিয়াৰ পিছতে মহিলাগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰে আৰু পিছত মৃত্যু ঘটে ৷ এই সন্দৰ্ভত পৰিয়ালে চিকিৎসকজনক জবাবদিহি কৰাত পৰিস্থিতিৰ উত্তপ্ত হৈ পৰে ৷ পৰিয়ালে মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰাৰ লগতে চিকিৎসক ৰণদীপ ফুকনৰ লগত হতাহতিতো লিপ্ত হয় ৷
Sign in
Welcome! Log into your account
Forgot your password? Get help
Create an account
Create an account
Welcome! Register for an account
A password will be e-mailed to you.
Password recovery
Recover your password
A password will be e-mailed to you.