বিজেপিক ভোট দিবলৈ গৈ হাত কিয় কঁপে বুলি ধমক বিজেপি নেতাৰ?

0

– ‘ঘৰ দিছো,লেট্ৰিন দিছো,আয়ুষ্মান কাৰ্ড দিছোঁ,উজালা গেছ দিছো, কি দিয়া নাই…’৷ ‘সমস্ত আঁচনি দিয়াৰ পাছতো আপোনালোকে বিজেপিক ভোট নিদিয়ে কিয়?’৷ ‘প্রধানমন্ত্ৰীয়ে পাকিস্তান, বাংলাদেশৰ পৰা মুছলমান আনি অখণ্ড ভাৰত গঢ়াৰ চিন্তা কৰিছে’৷ বিজেপিক ভোট দিবলৈ গৈ হাত কিয় কঁপে বুলি ধমক বিজেপি নেতাৰ?